নগাঁওঃ দেৱালীৰ আনন্দ- উছাহৰ মাজতে নগাঁৱত অঘটন।

নগাঁৱৰ বীনাপানি নাট্য মন্দিৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড।

জুইত জাহ গ’ল দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

লগতে পঢ়কঃনগাঁও চহৰ চাফাই কৰাৰ কামত লাগিল শাসকীয় দলৰ এজন বিধায়ক

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰন কৰাৰ চেষ্টা কৰে যদিও অগ্নিকাণ্ডৰ ফলত নিমিষতে জাহ যায় ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ সকলো সামগ্ৰী।

দীপাৱলীৰ ফটকাৰ ফিৰিঙতি পৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply