নগাঁওঃ নগাঁৱৰ শিক্ষণ মহাবিদ্যালয়ত স্বৰ্ণজয়ন্তী উদযাপন কাৰ্যসূচী।

পুৱাই মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে স্বৰ্ণজয়ন্তী উপলক্ষে নগাঁৱৰ ৰাজপথত উলিয়াই সাংস্কৃতিক শোভাযাত্ৰা।

লগতে পঢ়কঃচোৰাং চিকাৰীয়ে হত্যা কৰিলে বনৰীয়া হাতী

শোভাযাত্ৰাত বিভিন্ন জাতি-ধৰ্মৰ, কৃষ্টি-সংস্কৃতি প্ৰতিফলিত কৰে ছাত্ৰ ছাত্ৰী সকলে।

আনহাতে এই সাংস্কৃতিক শোভাযাত্ৰাত নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ লগতে অংশগ্ৰহণ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,465 other subscribers

Leave a comment

Leave a Reply Cancel reply