নগাঁওঃ নগাঁৱৰ ৰণথলীত সন্দেহযুক্ত বিস্ফোৰক উদ্ধাৰ।
জেচিবিৰে পথাৰত মাটি খান্দি থাকোতে পথাৰৰ মাজত উদ্ধাৰ হ’ল সন্দেহজনক দুটাকৈ বোমা।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে সমগ্ৰ অঞ্চলটো।
লগতে পঢ়কঃশিৱসাগৰত সুৰামত্ত পুত্ৰৰ অত্যাচাৰত মাতৃ অগ্নিদগ্ধ
বিশেষজ্ঞৰ দল উপস্থিত হৈ নিশ্চিত কৰিব বোমা নে অইন সামগ্ৰী।
সন্দেহজনক বিস্ফোৰক উদ্ধাৰকলৈ সমগ্ৰ অঞ্চলতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে।