কামপুৰঃ নগাঁৱৰ কঠিয়াতলী শগুণডাঙ্গাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷

স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে ৷

পাৰিবাৰিক কন্দলৰ পৰিণতিত পত্নীক হত্যা কৰাৰ সন্দেহ ।

আৰু পঢ়কঃনাওবৈচাত দুই চিআৰপিএফ জোৱানৰ ম্যাদী পট্টা মাটি দখল সন্দেহযুক্ত নাগৰিকৰ

নিহত বোৱাৰী গৰাকীৰ নাম আৰতি পাটাইল ৷

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে স্বামী গগণ দে’ ক ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply