জাগীৰোডঃজাগীৰোডস্থিত নগাওঁ কাগজ কলত চোৰৰ তাণ্ডৱ।
দীৰ্ঘদিন ধৰি পৰিত্যক্ত কাগজকলটোত একাংশই চলাই আহিছে চুৰি কাৰ্য।
আৰু পঢ়কঃ কামৰূপ মহানগৰ জিলাৰ চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ
আজি আৰক্ষীয়ে অভিযান চলাই আটক কৰে চুৰি কাৰ্যত জড়িত ৫ গভাইত চোৰক।
ধৃত চোৰকেইটা শিলভাঙ্গা অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
চোৰৰ কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে বহুপৰিমাণৰ চুৰি কৰা সামগ্ৰী।