জাগীৰোডঃজাগীৰোডস্থিত নগাওঁ কাগজ কলত চোৰৰ তাণ্ডৱ।

দীৰ্ঘদিন ধৰি পৰিত্যক্ত কাগজকলটোত একাংশই চলাই আহিছে চুৰি কাৰ্য।

আৰু পঢ়কঃ কামৰূপ মহানগৰ জিলাৰ চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

আজি আৰক্ষীয়ে অভিযান চলাই আটক কৰে চুৰি কাৰ্যত জড়িত ৫ গভাইত চোৰক।

ধৃত চোৰকেইটা শিলভাঙ্গা অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

চোৰৰ কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে বহুপৰিমাণৰ চুৰি কৰা সামগ্ৰী।

আৰু পঢ়কঃনাজিৰাৰ গেলেকীত ভয়ংকৰ পথ দূৰ্ঘটনাত নিহত এজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,155 other subscribers

Leave a comment

Leave a Reply