নগাঁওঃ ইছলাম আৰু কোৰাণৰ সন্দৰ্ভত নগাঁৱত বিস্ফোৰক মন্তব্য কৰিলে সত্যৰঞ্জন বৰাই। সোমবাৰে সংবাদ মাধ্যমৰ সত্যৰঞ্জন বৰাই কয়, ‘ইছলামৰ একমাত্ৰ চৰিত্ৰ সন্ত্ৰাসবাদ৷ কোৰাণত সন্ত্ৰাসবাদৰ বাহিৰে একো নাই। মাদ্ৰাছা আৰু মছজিদ সন্ত্ৰাসবাদ সৃষ্টি কৰাৰ কাৰখানা। নামঘৰত বা মন্দিৰত সন্ত্ৰাসবাদী জন্ম হোৱা দেখিছে নেকি? নামঘৰ,মন্দিৰ আৰু সত্ৰত কোনো সন্ত্ৰাসবাদী লুকাই নাথাকে। নামঘৰৰ পৰা সন্ত্ৰাসবাদৰ জন্ম নহয়।কিন্তু মাদ্ৰাছা আৰু মছজিদত ইমামৰ নামত, ধৰ্ম গুৰুৰ নামত আৰু শিক্ষা গুৰুৰ নামত জেহাদী থাকে।’
লগতে শিখা শৰ্মাৰ সন্দৰ্ভত সত্যৰঞ্জন বৰাই কয়, ‘তেনে মহিলাৰ নাম ললে মই মুখ সুধি কৰিব লাগিব।’
লগতে তেওঁ কয়, ‘সন্ত্ৰাসবাদীৰ হাত পুথিখনেই হৈছে কোৰান। কোৰান নোহোৱা হ’লেই মানুহৰ মাজত শান্তি সম্প্ৰীতি আহিব। ‘
শান্তি, সম্প্ৰীতি বিচাৰিলে বিশ্বৰ পৰা বিশ্বৰ মানচিত্ৰৰ পৰা ইছলাম নামৰ চিন্তাধাৰা নাইকিয়া কৰিব লাগিব বুলি বিস্ফোৰক মন্তব্য কৰিলে সত্য ৰঞ্জন বৰায়ে।