নলবাৰীঃ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত কাৱৈমাৰিত দুৰ্ঘটনা।

টেম্পো ভানৰ সৈতে চাইকেলৰ মুখামুখি সংঘৰ্ষ । চাইকেলখনক খুন্দিয়াই টেম্পো ভান খন ৰাস্তাৰ কাষৰ দ খাৱৈত বাগৰি যায়।

মুকালমুৱাৰ পৰা নাওঁখেল প্ৰতিযোগিতা চাই টেম্পো ভানখনেৰে ঘৰলৈ উভতি গৈ আছিল প্ৰায় ২০ গৰাকীকৈ যাত্ৰী।

লগতে পঢ়কঃমাধৱপাৰা পমিলাজাৰণিত তিনিমাহে বিকল বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ

গুৰুত্বৰভাৱে আহত চাইকেল আৰোহীসহ বহু কেইজন লোক।

গুৰুত্বৰভাৱে আহত আবুল হুছেইন , মন্তুৰাম কৈৱৰ্ত, আব্দুৰ ৰহমান , নুৰুল আলী আমীন , আৰছাদ আলী আন এজন অচিনাক্ত লোকক GMCH লৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply