প্ৰতিনিধিত্বমূলক ফটো

নলবাৰীঃ নলবাৰীত চাঞ্চল্যকৰ ঘটনা। একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ বিহপান কৰি আত্মহত্যাৰ চেষ্টা।

লোককেইজন ক্ৰমে পৰিয়ালটোৰ মুৰব্বী শামন্ত ৰাজবংশী, তেওঁৰ পত্নী কনিকা ৰাজবংশী আৰু তেওঁলোকৰ পুত্ৰ-কন্যা।

নলবাৰী জিলাৰ ধমধমাৰ আঙাৰধোৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

লগতে পঢ়কঃপ্রবীণ অভিনেতা, সমাজকৰ্মী ফণীন্দ্ৰ কুমাৰ চৌধুৰীৰ দেহাৱসান

পাৰিবাৰিক অশান্তিৰ ফলতেই পৰিয়ালটোৱে এই সিদ্ধান্ত বাচি লোৱা বুলি জানিব পৰা গৈছে।

জীয়ৰী গৰাকীৰ অৱস্থা কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে। তেওঁ নলবাৰী অসামৰিক চিকিৎসালয়ত  চিকিৎসাধীন গৈ আছে।

বাকী তিনি জনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply