নাৰায়ণপুৰঃ নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মাৰুতি বাহনে বাইক আৰোহীক মহতিয়াই সোমালগৈ দ’ খাৱৈত।

সংকটজনক অৱস্থাত বাইক আৰোহী দিলীপ দাসক হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

লখিমপুৰ অভিমুখী আছিল মাৰুতি খন।

আৰু পঢ়কঃবনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী পৰিৱেশমূলক চলচিত্ৰ নিৰ্মাতাৰ

আনহাতে দুৰ্ঘটনাত মাৰুতিবাহন খনৰ দুজন যাত্ৰীয়ো গুৰুতৰভাৱে আহত হৈছে।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় আৰক্ষী।

আৰক্ষীৰ এই কাণ্ডত আৰক্ষীৰ বিৰুদ্ধে ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply