গুৱাহাটীঃ যোৱা ২২ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে মহানগৰী নাৰেংগীৰ এগৰাকী ১২বছৰীয়া কিশোৰী।

সন্ধানহীন কিশোৰাগৰাকীৰ নাম পৰিস্মিতা মালী।

পৰিস্মিতা নাৰেংগী কেন্দ্ৰীয় বিদ্যালয়ৰ ষষ্ঠশ্ৰেণীৰ ছাত্ৰী।

পংকজ বৰ্মন নামৰ যুৱকজনে অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰলোকে।

অপহৰণ কাণ্ড সংঘটিত হোৱাৰ দিনা কিশোৰাগৰাকীৰ পৰিয়ালৰ লোকে নুনমাটি থানাত এজাহাৰ দাখিল কৰে।

কিন্তু গোচৰ ৰুজু কৰাৰ পাছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰলোকে।

লগতে পঢ়কঃওৰাং ৰাষ্ট্ৰীয় উদ্যানত তিনিটাকৈ চোৰাং চিকাৰী আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,334 other subscribers

Leave a comment

Leave a Reply Cancel reply