নাজিৰাঃ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে নাজিৰাৰ শিমলুগুৰি আৰক্ষী।

পুনৰ তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় শিমলুগুৰি আৰক্ষীয়ে।

আটকাধীন তিনি ড্ৰাগছ সৰবৰাহী ক্ৰমে নিৰেন বৰুৱা, দিগন্ত ৰাজখোৱা ওৰফে ডাঙৰ ভাই,অমৃত কৰ্মকাৰ ওৰফে ৰাজকুমাৰ।

আৰু পঢ়কঃধুবুৰীত বিলাতী সুৰা ,চুলাই মদ সহ এজনক আটক

ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটা ম’বাইল আৰু ড্ৰাগছ ।

বৃহস্পতিবাৰৰ দিনটোত মুঠ ছয় গৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে শিমলুগুৰি আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply