নাজিৰাঃ নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা আৰু হাতেলিখা আলোচনী উন্মোচন।

নাজিৰা মহকুমাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ”জ্ঞানমালিনী” আৰু এখনি হাতেলিখা আলোচনী ”দাপোণ” নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে উন্মোচন কৰে ৷

লগতে পঢ়কঃজনীয়া সমষ্টিত কৃষকৰ মাজত বাদাম বিতৰণ

যোগেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত বিজয় চন্দ্ৰ বৰা ,দেবেন কোৱৰ, সাংবাদিক অনন্ত কলিতা উপস্থিত থাকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,499 other subscribers

Leave a comment

Leave a Reply