নাজিৰাঃ নাজিৰাৰ শিমলুগুৰিত নাৰীদেহ ব্যৱসায় চক্ৰ উৎখাত।
চহৰখনৰ ‘শৰ্মা হোটেল’ নামৰ এখন হোটেলৰ পৰা ‘বীৰ লাচিত সেনা’ৰ নাজিৰা মহকুমা সমিতিৰ কেইজনমান সদস্যৰ সহযোগত হোটেলৰ কোঠাৰ পৰা অসংযত অৱস্থাত শিমলুগুৰি আৰক্ষীয়ে আটক কৰে যুৱক-যুৱতীক।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি শিমলুগুৰি চহৰৰ এই হোটেল খনত প্ৰতিষ্ঠানত চলি আহিছিল নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়।
ইতিমধ্যে শিমলুগুৰি আৰক্ষীয়ে হোটেল’ৰ স্বত্বাধিকাৰী অৰুণ শৰ্মাকো আটক কৰিছে।