কামপুৰ: সমগ্ৰ দেশৰ লগতে আজি কামপুৰতো ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস উদযাপন কৰা হয়।এই উপলক্ষে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুস্থিত কাৰ্যসূচীৰ পুৱাৰ পতাকা উত্তোলন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিষয়া তথা বিদ্যালয় খনৰ প্ৰাক্তন শিক্ষক লিলা কান্ত শইকীয়াই ।

অনুস্থানত উপস্থিত থাকে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামী,বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যতীন বৰা,অষ্টম অসম ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অষ্টম বেটেলিয়নৰ প্ৰাক্তন চুবেদাৰ মেজৰ দ্বীপেন বৰা ।

অনুস্থানটোৰ আঁত ধৰে কামপুৰ উচ্চতৰ মাধ্যমিকৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সহযোগী দ্বিতীয় বিষয়া বিদ্যাপ্ৰসাদ লস্কৰে।ইয়াৰ পিছতে সাংস্বৃতিক অনুষ্ঠানৰ কাৰ্যসূচী অনুস্থিত হয়।

লগতে পঢ়ক-যোৰহাট জিলা ভাওনা সন্মিলনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্ যাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply