নিউজ ডেস্কঃ অসম চৰকাৰে বুধবাৰে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলৰ নতুন অধ্যক্ষ হিচাপে নীৰজ বাৰ্মাক দায়িত্ব অৰ্পন কৰিছে।

শনিবাৰে কেন্দ্ৰীয় চৰকাৰে এ পি ডি চি এলৰ অধ্যক্ষ তথা অসমৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাক কেন্দ্রীয় বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ হিচাপে  নিযুক্তি দিছিল।

উল্লেখযোগ্য যে, নীৰজ বাৰ্মা এ পি ডি চি এলৰ নতুন অধ্যক্ষ নিযুক্তি পূৰ্বে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply