গুৱাহাটীঃ মঙলবাৰে ৰাজ্য় চৰকাৰে ঘোষণা কৰিলে নিকায়-নিগমৰ অধ্যক্ষৰ তালিকা।
GMDAৰ অধ্যক্ষৰ পদত নাৰায়ণ ডেকা।
গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া ।
মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ।
ভৈয়াম জনজাতি উন্নয়নৰ অধ্যক্ষ ৰমাকান্ত দেউৰী ।
অন্যান্য পিছপৰা শ্ৰেণী নিগমৰ অধ্যক্ষ নৱনীতা সন্দিকৈ।
অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাস।
অসম বিত্তীয় নিগমৰ অধ্যক্ষ নিযুক্তি বিজয় গুপ্তা।
ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য-সচিব পবিত্ৰ মাৰ্ঘেৰিটা।
অসম মাৰ্কেটিং নিগমৰ অধ্যক্ষ নিযুক্ত অশোক সিংঘী।
অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব সীমান্ত শেখৰ।
DNPৰ অধ্যক্ষ ৰূপম গোস্বামী।
পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা।
লগতে পঢ়কঃলক ডাউনৰ সময়ছোৱাক উপযুক্ত ব্যৱহাৰ কৰিলে ৰূপাংকৰ ভট্টাচাৰ্যই
চাহ নিগমৰ অধ্যক্ষৰ দায়িত্ব ৰাজদ্বীপ গোৱালা।
ASTCত মিছন ৰঞ্জন দাস ।
AIDCৰ অধ্যক্ষ প্ৰশান্ত ফুকন।
গৃহ নিৰ্মাণৰ অধ্যক্ষ পুলক গোহাঁই।
ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়।
হাইড্ৰ’-কাৰ্বন এনাৰ্জীৰ অধ্যক্ষৰ দায়িত্ব হিৰণ্য কোঁৱৰ।
পণ্য সামগ্ৰী নিগমৰ অধ্যক্ষৰ দায়িত্ব নিৰেণ বৈশ্য।
খনি উন্নয়ন নিগমৰ অধ্যক্ষ ৰণগৌৰা নাৰ্জাৰী।
VDPৰ উপদেষ্টা ৰঞ্জিত মজুমদাৰ।
জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষৰ দায়িত্ব প্ৰদীপ ঠাকুৰীয়া।
ফিছফেডৰ অধ্যক্ষৰ দায়িত্ব সুশীলা হাজৰিকা।
অসম ক্ৰীড়া প্ৰাধীকৰণৰ উপাধ্যক্ষৰ দায়িত্ব লক্ষ্য কোঁৱৰ।
কলাক্ষেত্ৰ সমাজৰ উপাধ্যক্ষৰ দায়িত্ব জিতুল সোণোৱাল।
ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব শিলাদিত্য দেৱ।
ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাৰূপে নিযুক্তি হেমপ্ৰভা বৰঠাকুৰ।
সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব হবিব মহম্মদ চৌধুৰী।
হাঁহ-কুকুৰা পালন নিগমৰ অধ্যক্ষৰ দায়িত্ব মনোজ শইকীয়া।
বীজ নিগমৰ অধ্যক্ষ প্ৰৱীণ হাজৰিকা।
বাণিজ্য উন্নয়ন সংগঠনত সুনীল ডেকা।
খাদী আৰু গ্ৰামোদ্যোগত নিযুক্তি ডাঃ কমলা কলিতা।
আৰ্টফেডৰ অধ্যক্ষৰ দায়িত্ব নাথুৰাম বড়ো।
APGCLৰ অধ্যক্ষৰ দায়িত্বত সঞ্জীৱ কুমাৰক দিয়া হৈছে।