গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো কৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰিছে।

কাইলৈৰ পৰা অসম চৰকাৰে জাৰি কৰিছে কেতবোৰ নতুন নিৰ্দেশনা।

যাতায়ত ব্যৱস্থাৰ সন্দৰ্ভতো নতুন গাইড লাইনত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে।

ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত আসন সমূহতো ক’ভিড বিধি মানিব লাগিব।

অ’টো ৰিক্সা, ৰিক্সা আৰু টেক্সিৰ ক্ষেত্ৰত চালকসহ দুজন যাত্ৰীহে যাত্ৰা কৰিব পাৰিব।

চিটিবাছ আৰু আন্তঃজিলা বাছসমূহ ৫০ শতাংশ যাত্ৰীৰে চলিব পাৰিব।

ইয়াৰ উপৰিও নতুন ক’ভিড গাইড লাইন মতে, ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা কৰা হৈছে।

যাত্ৰীসকলে মাস্ক পিন্ধাতো বাধ্যতামূলক কৰিছে প্ৰশাসনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply