গুৱাহাটী : ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলবৎ কৰা হৈছে। এতিয়াৰে পৰা কেৱল চুক্তি পত্ৰৰ দ্বাৰাহে নিজৰ ঘৰ ভাড়াত দিব পাৰিব ভাড়া ঘৰৰ মালিক সকলে।
ভাড়া ঘৰ সম্পৰ্কীয় নতুন আইন বলবৎ কৰা হৈছে। এই আইন অনুসৰি কেৱল চুক্তি পত্ৰৰ দ্বাৰাহে নিজৰ ঘৰ ভাড়াত দিব পাৰিব ভাড়া ঘৰৰ মালিক সকলে।
এতিয়াৰে পৰা ঘৰ ভাড়াত দিলে ভাড়া ঘৰৰ মালিক সকলে চৰকাৰক জনাব লাগিব।
ভাড়া ঘৰৰ মালিকে কিমান টকাত নিজৰ ঘৰ ভাড়াত দিছে এই সম্পৰ্কে চৰকাৰৰ জনাব লাগিব।চৰকাৰে ঘৰ ভাড়াৰ বাবে এটা ‘Unique Identification Number দিব মালিক সকলক।
লগতে পঢ়ক : বেলুন চাইনুপ্লাষ্টী পদ্ধতিৰে সেৱা আগবঢ়োৱা উত্তৰ-পূব ভাৰতৰ প্ৰথম হাস্পতাল সঞ্জীৱনী হাস্পাতাল
ঘৰ ভাড়া সম্পৰ্কীয় চুক্তিপত্ৰখন চৰকাৰী ৱেব চাইটত আপলোড কৰা হ’ব। ভাড়া ঘৰৰ মালিক আৰু ভাড়াতীয়াৰ PAN নাম্বাৰ আৰু আধাৰ নম্বৰো চৰকাৰক জনাব লাগিব।