সমগ্ৰ ৰাজ্যজুৰি বিয়লি ৪ বজাৰ সলনি ৬ বজালৈ দোকান-পোহাৰ খোলাৰ সম্ভাৱনা।


সন্ধিয়া ৭ বজাৰ পৰা প্ৰযোজ্য হ’ব কাৰ্ফিউ।

আন্তঃজিলা যাতায়াতো পুনৰ মুকলিৰ সম্ভাৱনা।

১৬ আগষ্টৰ পৰা খুলিব আন্ত:জিলা যাতায়ত ব্যবস্থা ।
১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰো প্ৰস্তুতি ।

আজিৰ দিনটোত আক্ৰান্ত হৈছে ১০৫৭ জন |
আজিৰ দিনটোত ক’ভিডত মৃত্যু হৈছে ১৫ জন |
কামৰূপ মেট্ৰত আক্ৰান্ত হৈছে সৰ্বাধিক ১৫৯ জন |

লগতে পঢ়ক মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক ঘোষৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,282 other subscribers

Leave a comment

Leave a Reply