নাজিৰাঃ আধ্যাত্মিক চেতনাৰে উদ্ধুত তথা জীৱনৰ সৌন্দৰ্য্য, সুখীভাৱে জীৱন নিৰ্বাহ কৰাৰ মাৰ্গৰ সন্ধান দিয়া এক উৎকৃষ্ট নিদৰ্শন হৈছে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় ।
শনিবাৰে নাজিৰাত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এটি নৱনিৰ্মিত গৃহ উন্মোচন কৰা হয়।
লগতে পঢ়কঃজেৰাৰ অন্তত প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে
নাজিৰাৰ বিশিষ্ট সমাজকৰ্মী অৰুণ চন্দ্ৰ দাস আৰু তেখেতৰ পৰিয়ালে আধ্যাত্মিক অনুষ্ঠানটোলৈ দান হিচাপে আগবঢ়াই পকী গৃহটো। এই নৱনিৰ্মিত গৃহটো উন্মোচন কৰে নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে।