উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৮ প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি প্ৰক্ৰিয়া বন্ধ কৰিছে।
নামভৰ্তি বন্ধ কৰা ৮ ৰে’লৱে বিদ্যালয়ৰ ৬খনেই আছে অসমত।
নামভৰ্তি বন্ধ কৰা আদাবাৰী, পাণ্ডু, আমিনগাঁও ৰে’লৱে প্ৰাথমিক বিদ্যালয়।
ইয়াৰ লগতে তিনিচুকীয়া,ডিব্ৰুগড় আৰু মৰিয়নিত থকা প্ৰাথমিক বিদ্যালয়ো বন্ধ কৰাৰ প্ৰস্তুতি চলাইছে।
উত্তৰপূব ৰেলৱেৰ এনে হঠকাৰী সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে পঢ়ক- চন্দ্ৰপুৰৰ পানীখাইতিত মৃত নাহৰফুটুকী উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply