গুৱাহাটীঃ বিধানসভাৰ মজিয়াত নবনিৰ্বাচিত বিধায়ক সকলৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব অখিল গগৈ।

অখিল গগৈক অনুমতি প্ৰদান কৰিলে NIA আদালতে।

অৱশেষত ১২৬গৰাকী বিধায়কৰ সৈতে বিধায়কৰূপে একেলগে শপত ল’ব পাৰিব অখিল গগৈয়ে।

আৰু পঢ়কঃক’ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতে বৈঠক


কাৰাগাৰৰ পৰা বিধানসভালৈ শপত গ্ৰহণলৈ অহাৰ বাবে NIAৰ আদালতত আবেদন দাখিল কৰি অনুমতি বিচাৰিছিল অখিল গগৈয়ে।

উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে NIAৰ আদালতে কাৰাৰুদ্ধ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক শপত গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,862 other subscribers

Leave a comment

Leave a Reply