ফটো ফে'চবুকৰ পৰা সংগৃহীত

নিউজ ডেস্ক : জনপ্ৰিয় ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছে অসমৰ গায়ক, সংগীতশিল্পী নিলোৎপল বৰা। ফিল্মফেয়াৰৰ অ’ টি টি এৱাৰ্ডৰ বাবে তেওঁক মনোনীত কৰা হৈছে।

‘Aspirants’নামৰ ৱেব চিৰিজখনত কৰা কামৰ বাবে নিলোৎপল বৰা আৰু ৰোহিত শৰ্মাৰ যুটিটোৱে শ্ৰেষ্ঠ মৌলিক ছাউণ্ডট্ৰেক (Best Original Soundtrack) শাখাত মনোনয়ন লাভ কৰিছে।

তেওঁলোকৰ উপৰি এইবাৰৰ ফিল্মফেয়াৰ বঁটাৰ Best Original Soundtrack শাখাত মনোনয়ন লাভ কৰা আন শিল্পীসকল হৈছে অচিন্ত ঠাকুৰ (Scam 1992: The Harshad Mehta Story), শংকৰ মহাদেৱন, লয় মেণ্ডোছা আৰু এহছান নুৰানী (Bandish Bandits), আৰ ৰাজেশ, শচিন-জিগাৰ, ফিডলক্ৰাফট, বিন্ধুমালিনি, মহেশ শংকৰ আৰু হৰপ্ৰীত (The Family Man Season 2)।

লগতে পঢ়ক : সোণাপুৰ সাহিত্য সভাৰ ৰাজহুৱা পুথিভঁৰাল মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,472 other subscribers

Leave a comment

Leave a Reply Cancel reply