নুনমাটিত অগ্নিকাণ্ডৰ ঘটনা।
নুনমাটিৰ বিষ্ণু ৰাভা নগৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
এখন বেকাৰীৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড ।
বৈদ্যুতিক চৰ্ত চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয়।
অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে জুইত জাহ যায় বহু সা সামগ্ৰী। দোকান খনৰ গৰাকীৰ নাম আশোতোষ দাস।
অগ্নিকাণ্ডৰ লগে লগে বৈদ্যুতিক সংযোগ বিছিন্ন কৰি দিয়া হয়।
নুনমাটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষয়ক্ষতি
এখন বেকাৰীৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হয়
