গোৰেশ্বৰঃ বাক্সা জিলাৰ তামুলপুৰক জিলা হিচাপে ঘোষণা কৰাৰ পিছতে মহকুমা ঘোষণা কৰাৰ দাবীৰে তৎপৰ হৈ পৰিছে গোৰেশ্বৰ আৰু নাওকাটা শুক্লাই বাসী ৰাইজ।

নাওকাটাৰ শুক্লাইক মহকুমা ঘোষণা কৰাৰ দাবীত এবছুৰ কাৰ্যালয়ত মহকুমা দাবী সমিতিৰ লগতে বিভিন্ন দল সংগঠনে লগ লাগি এক সংবাদমেলৰ আয়োজন কৰে।

লগতে পঢ়কঃছিপাঝাৰত কৰ্কট-কিডনীৰ ৰোগত আক্ৰান্ত ৰোগীক আৰ্থিক সাহাৰ্য্য প্ৰদান

সংবাদমেলৰ জৰিয়তে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োলৈ নাওকাটাৰ শুক্লাইক মহকুমা ঘোষণা কৰাৰ বাবে আহ্বান নাওকাটাবাসীৰ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি নাওকাটাবাসী ৰাইজ তথা বিভিন্ন দল সংগঠনে মহকুমাৰ দাবীৰে অব্যাহত ৰাখিছে বিভিন্ন গণতান্ত্ৰিক কাৰ্যসূচী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply