গোলাঘাটঃ নুমলীগড়ত হাতী-মানুহৰ সংঘাতৰ কৰুণ পৰিণতি। নুমলীগড়ৰ সমীপৰ মৰঙীৰ ধলা গাওঁ পথাৰত বন্যহস্তীৰ মৃত্যু।

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকোঁৱালী ল’ব লগা হয় এটা মাইকী হাতীয়ে |

লগতে পঢ়কঃনীপকৰ কৰ্মচাৰী জয়ছিং টিছুৰ পৰিয়ালক পাহৰিলে চৰকাৰে

বিদ্যুতৰ খুটা বেকা হৈ থকাৰ বাবেই এই দুখজনক ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

দীৰ্ঘ দিন ধৰি এই অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও কোনো ধৰণৰ সুব্যবস্থা কৰিব পৰা নাই বন বিভাগে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply