ধাৰাবাহিকতা অব্যাহত ৰাখি সোমবাৰৰ দিনটোতো পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
সোমবাৰৰ দিনটোত ৪২ পইচাকৈ বৃদ্ধি পালে পে়ট্ৰ’ল আৰু ৪ পইচাকৈ বৃদ্ধি ডিজেলৰ মূল্য।

বিগত দুই সপ্তাহত ৮টকাতকৈ অধিক বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য। পেট্ৰ’ল ডিজেলৰ দাম বৃদ্ধিয়ে কোঙা কৰিছে জনতাক।

আজিৰ দিনটোত গুৱাহাটীত পেট্ৰ’লৰ মূল্য ১০৩.৮৮টকা আৰু ডিজেলৰ মূল্য ৮৯.৭৯ টকা হৈছে। যোৱা ১৪ দিনত ১২ বাৰকৈ বাঢ়িল ইন্ধনৰ মূল্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply