তেজপুৰঃ তেজপুৰত হৰিণৰ ছালসহ আটক এজন। 

আৰক্ষীয়ে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত তেজপুৰ বাৰিকা চুবুৰিত ভাড়াতীয়া হিচাপে থকা অৰুণাচলৰ ব্যৱসায়ী ৰাজা আলীৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰিছে হৰিণাৰ ছাল।

লগতে ৰাজা আলীক আটক কৰিছে আৰক্ষীয়ে।

ধৃত ব্যৱসায়ীজনে  ঘৰত সজাই ৰাখিবলৈ অৰুণাচলৰ পৰা হৰিণাৰ ছালখন আনিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে।

লগতে পঢ়কঃডিফুত আঞ্চলিক দল APHLC ৰ সদস্যৰ বিজেপিত যোগদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply