বকো : নৱবৰ্ষৰ প্ৰথমটো নিশাই বকোত ভয়ংকৰ পথ দুর্ঘটনা। ভয়ংকৰ পথ দুর্ঘটনাটোত নিহত এজন বাইক আৰোহী। আহত আন এজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি।

পুনৰ এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে বকোত। নৱবৰ্ষৰ প্ৰথমটো নিশাই বকোৰ হাহিমত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইক দুৰ্ঘটনাত পতিত হয়।

লগতে পঢ়ক : বন্ধ হ’ল মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়, মুকলি হ’ল বিকল্প চিকিৎসালয়

এই ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত হোৱাৰ লগতে এজন গুৰুত্বৰভৱে আহত হয়। নিহত লোকজনৰ নাম লস্কোমন মাৰাক। আহত আকাশ ৰাভা নামৰ আন এজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply