গুৱাহাটী : যোৰাবাটত ভয়ংকৰ পথ দুর্ঘটনা। এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে এখন বাইক। থিতাতে নিহত হয় বাইক আৰোহীজন।
এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে মহানগৰীৰ যোৰাবাটত। এখন তীব্ৰ বেগী ট্ৰাকে এখন বাইকক মহতিয়াই নিয়াত থিতাতে নিহত হয় লক্ষণ টেৰণ নামৰ বাইক আৰোহীজন।
লগতে পঢ়ক : মুখখন সাইলাখ মানুহৰ দৰে! এটা ছাগলী পোৱালিক লৈ ৰাইজৰ কৌতুহল
এএছ-০৮-এচ-৬৬৫৭ নম্বৰৰ এখন ট্ৰাকে এএছ-০১-এজে-৭৪৫৩ নম্বৰৰ বাইকখনক মহতিয়াই নিয়ে। দুর্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকখনৰ চালকজন।