নিউজ ডেস্ক- লাওখোৱা অভয়াৰণ্যত নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয়। বন কৰ্মীৰ গুলিত আহত হয় ছামছুল হ’ক নামৰ ব্যক্তিজন।

জানিব পৰা মতে, নিশা অভয়াৰণ্যখনত চোৰাংকৈ মাছ মাৰিব গৈছিল ছামছুল হ’কে।

সম্প্ৰতি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থ আত আছে ছামচুল হ’ক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply