যোৰহাট : ছাত্ৰ নেতা অনিমেষ ভূঞা হত্যাকাণ্ডৰ আন এজন অভিযুক্ত গ্ৰেপ্তাৰ। গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তজনক। বালিগাঁৱৰ সুশান্ত শৰ্মা নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীত।

ৰাজ্য কঁপাই যোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাক গণ আক্ৰমণ চলাই হত্যা কৰা আন এজন আভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৰহাটৰ বালিগাঁৱৰ সুশান্ত শৰ্মাক অনিমেষ ভূঞা হত্যাকাণ্ডৰ লগত জড়িত থাকৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক : নগাঁও আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া আব্দুল ৱাছেট

অনিমেষ ভূঞাক গণ প্ৰহাৰ চলাই থকা ভিডিঅ’ দেখিবলৈ পোৱা গৈছিল সুশান্ত শৰ্মাক। বালিগাঁৱৰ সুশান্ত শৰ্মা নামৰ অভিযুক্তজনৰ গ্ৰেপ্তাৰৰ লগে লগে অভিযুক্তৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply