যোৰহাট : যোৰহাট আৰক্ষীৰ সফল্য। অনিমেষ ভূঞা হত্যাকাণ্ডৰ লগত জড়িত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। শুকুৰবাৰে নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা হয় আভিযুক্তজনক।

ৰাজ্য কঁপাই যোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাক গণ আক্ৰমণ চলাই হত্যা কৰা আৰু এজন আভিযুক্তক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যোৰহাটবাসী ৰাইজৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰিয়াংশু দাস নামৰ অভিযুক্তজনক।

লগতে পঢ়ক : দিব্যাঙ্গৰ মৰ্য্যাদাপূৰ্ণ জীৱন, অসম চৰকাৰৰ অন্যতম পণ

অনিমেষ ভূঞাক গণ প্ৰহাৰ চলাই থকা ভিডিঅ’ দেখিবলৈ পোৱা গৈছিল প্ৰিয়াংশু দাসক। যোৰহাটবাসী ৰাইজে প্ৰিয়াংশু দাসক চিনাক্ত কৰাত আৰক্ষীক সহযোগ কৰিছিল। বড়িগাঁৱৰ বাসিন্দা প্ৰিয়াংশু দাস।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply