গুৱাহাটী : উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক। ২০ হাজাৰ টকা উৎকোচ লৈ হাতে লোতে ধৰা পৰে পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক অৰূপ জ্যোতি ভূঞা।

মঙলবাৰে নিশা মহানগৰী গুৱাহাটীৰ ৰুক্মিণীগাঁৱত ২০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হয় পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক অৰূপ জ্যোতি ভূঞা। কোকৰাঝাৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক অৰূপ জ্যোতি ভূঞাক।

লগতে পঢ়ক : বকোত ভয়ংকৰ পথ দুর্ঘটনা : নিহত তিনি

উৎকোচ লৈ বহিঃৰাজ্যৰ পৰা গৰু আনিবলৈ পাৰ্মিট প্ৰদান কৰিছিল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক অৰূপ জ্যোতি ভূঞাই। মঙলবাৰে ৰুক্মিণীগাঁৱত উৎকোচৰ ধন লৈ থকা অৱস্থাত কোকৰাঝাৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক অৰূপ জ্যোতি ভূঞাক গ্ৰেপ্তাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply