ভোগালী বিহুৰ প্ৰাকক্ষণত মৰাণহাট আৰক্ষী থানাৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান।
গোপন সূত্ৰৰ পম খেদি প্ৰায় ১ কেজি ১০০ গ্ৰাম ভাং জব্দ।
মৰাণৰ সেউজপুৰৰ শংকৰ তাঁতীক বাসগৃহৰ পৰা হাতে লুটে কৰায়ত্ব কৰে ।
দীৰ্ঘ দিনৰ পৰা ভাঙৰ অবৈধ ব্যৱসায় কৰি আছিল তাঁতীয়ে।
বৰ্তমান মৰাণহাট আৰক্ষীৰ জিম্মাত তাঁতী।
এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে মৰাণহাট আৰক্ষীয়ে।