ৰূপহীহাট: নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰীত ড্ৰাগছক লৈ উত্তপ্ত পৰিস্থিতি । ড্ৰাগছৰ ঘাটিলৈ ৰূপান্তৰ হোৱা ৰূপহীহাটৰ শিঙিমাৰী অঞ্চল।ড্ৰাগছ সেৱন কৰি আক্ৰমন কৰিলে ৰাইজক।


ধৃত ড্ৰাগছ সেৱনকাৰীটোৰ নাম আশ্ৰফুল ইছলাম।আশ্ৰফুল ইছলামৰ লগতে ছয়জনীয়া ড্ৰাগছ সেৱনকাৰীয়ে আক্ৰমণ কৰিলে প্ৰতিবেশীক।আক্ৰমণত আহত হয় কেইবাজনো লোক।


স্থানীয় ৰাইজে ড্ৰাগছ সেৱনকাৰী আশ্ৰাফুলক আটক কৰি ৰূপহীহাট আৰক্ষীক খবৰ দিয়ে ।
ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আশ্ৰফুল ইছলামক আটক কৰে ।

আনন্দ মিশ্ৰৰ দিনত নিয়মীয়াকৈ অভিযান চলিছিল যদিও অঞ্চলটোত ড্ৰাগছ নিয়ন্ত্ৰণত ব্যৰ্থ হয়।

লগতে পঢ়ক-ইউক্ৰেইনত আবদ্ধ কাছাৰৰ মুহিমক লৈ চিন্তিত পৰিয়াল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply