ছয়গাৱত ড্ৰাগছসহ এজন গ্ৰেপ্তাৰ

ছয়গাঁও আৰক্ষীৰ কালত গৰৈমাৰীৰ জোৰশিমলুৰ পৰা ড্ৰাগছ সহ আটক এজন লোকক ৷

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত নিশা চলোৱা এই অভিযানত জোৰশিমলু গাঁৱৰ আতোৱাৰ ৰহমানক নিজ গৃহৰ পৰা আটক কৰাৰ লগতে লোকজনৰ ঘৰৰ পৰা ড্ৰাগছ ভৰ্তি ৮ টা কণ্টেইনাৰ জব্দ কৰে ৷

জানিবপৰামতে উক্ত লোকজনে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত ড্ৰাগছৰ অবৈধ বেহা চলাই আছিল ৷ শনিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত ছয়গাঁও আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত পুৱতি নিশা ড্ৰাগছ ব্যৱসায়ীজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক ১৯ বছৰে বিনাবেতনে শিক্ষাদান কৰা শিক্ষকে এতিয়া দিন হাজিৰাৰে সংসাৰ চলাবলগীয়া হৈছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply