টীয়কৰ লাহদৈগড় আৰক্ষী চকীত অঘটন।
আৰক্ষীৰ বেৰেকত শুই থকা অৱস্থাতে উদ্ধাৰ কনিষ্টৱলৰ মৃতদেহ।
মৃত কনিষ্টৱল জনৰ নাম গণেশ সন্দিকৈ।
কনিষ্টৱল গৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
নিয়মীয়াকৈ চাকৰিতো ব্যস্ত আছিল বুলি সতীৰ্থই জানিবলৈ দিয়ে ।
নিশাৰ আহাৰ গ্ৰহন কৰি শোৱালৈকে সকলো ঠিকেই আছিল ।
সতীৰ্থ আৰক্ষীৰ মতে পুৱা ৫ বজাত বিচনাৰ পৰাই কথা পাতিছিল ।