মঙলদৈত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। কৃষি বিভাগৰ খাৰুপেটীয়াৰ জ্যোতিৰেখা দাসক গ্ৰেপ্তাৰ।

১৫০০০ টকা লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ জ্যোতিৰেখা দাসক।

কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।
দুৰ্নীতি নিবাৰক শাখাৰ উপ–আৰক্ষী অধীক্ষক মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত অহা ১৮ জনীয়া দলে মঙলদৈৰ শান্তিপুৰত গ্ৰেপ্তাৰ কৰে জ্যোতিৰেখাক।

মঙলদৈ চহৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰেপ্তাৰ বিষয়াগৰাকী।

দুৰ্নীতি নিবাৰক আৰু অৰ্থনৈতিক অপৰাধ নিয়ন্ত্ৰণ শাখাৰ হাতত গ্ৰেপ্তাৰ বিষয়াগৰাকী।
ইতিমধ্যে ঘোচ লোৱা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে ।

লগতে পঢ়ক পৰীক্ষা বিহীন মূল্যায়নক লৈ অসন্তোষ্ট নগাৱৰ ছাত্ৰ ছাত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply