ডিগবৈত এজন আলফাৰ লিংকমেন আটক।
ডিগবৈ আৰক্ষী আৰু সেনাবাহিনী যুটীয়া অভিযানত আটক।
আটকাধীন লিংকমেন জন হৈছে বিজয় মৰাণ। পেঙেৰী ২ নং নলনী বাসিন্দা।
ধৃত বিজয়ৰ পৰা নগদ পোন্ধৰ হাজাৰ টকা সহ এটা নকল লাইটাৰ পিষ্টল, এখন মটৰ চাইকেল আৰু এটি মোবাইল জব্দ ।
আলফাৰ কেডাৰ ৰক্তিম অসমৰ নিৰ্দেশত বিভিন্ন লোকক ধন দাবীৰে সংগ্ৰহ কৰি আহিছিল বিজয় মৰাণে।
লগতে পঢ়ক আধাৰৰ সৈতে PAN কাৰ্ডৰ সংযোগ কৰিলেনে, হাতত মাত্ৰ ১০দিন