ডিগবৈত এজন আলফাৰ লিংকমেন আটক

ডিগবৈত এজন আলফাৰ লিংকমেন আটক।

ডিগবৈ আৰক্ষী আৰু সেনাবাহিনী যুটীয়া অভিযানত আটক।

আটকাধীন লিংকমেন জন হৈছে বিজয় মৰাণ। পেঙেৰী ২ নং নলনী বাসিন্দা।

ধৃত বিজয়ৰ পৰা নগদ পোন্ধৰ হাজাৰ টকা সহ এটা নকল লাইটাৰ পিষ্টল, এখন মটৰ চাইকেল আৰু এটি মোবাইল জব্দ ।

আলফাৰ কেডাৰ ৰক্তিম অসমৰ নিৰ্দেশত বিভিন্ন লোকক ধন দাবীৰে সংগ্ৰহ কৰি আহিছিল বিজয় মৰাণে।

লগতে পঢ়ক আধাৰৰ সৈতে PAN কাৰ্ডৰ সংযোগ কৰিলেনে, হাতত মাত্ৰ ১০দিন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,146 other subscribers

Leave a comment

Leave a Reply