কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা তুলনা মূলক ভাবে কালিৰ সংখ্যাতকৈ কিছু কমিল আজিৰ দিনটোত |
আজি ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৫৮৩৫ জন |
আক্ৰান্তৰ হাৰ হৈছে ৬.৪৭ শতাংশ |
কামৰূপ মেট্ৰ’ত আজিৰ দিনটোত আক্ৰান্তৰ সংখ্যা ৯২১ জন |
যোৱা ২২ দিনৰ পিছত গুৱাহাটীত আক্ৰান্তৰ সংখ্যা হাজাৰৰ কম হৈছে |
আজিৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৩ জন |
মঙলবাৰৰ দিনটোত সুস্থ হোৱা লোকৰ হাৰ ৮৫.৩১ শতাংশ |
আজিৰ দিনটোত ক’ভিড টেষ্ট কৰা হৈছে ৯০২৫১ গৰাকী লোকৰ |
অসমত আজিৰ দিনটোত কোৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা কমিল
কামৰূপ মেট্ৰত ২২ দিনৰ পিছত হাজাৰৰ কম আক্ৰান্ত হৈছে মঙলবাৰৰ দিনটোত
