ডিফুঃ কাৰ্বি আংলঙৰ ডিফুৰ লৰছুটি কেশৱ ধামত শনিবাৰে মুকলি কৰা হয় অক্সিজেন কনচেনটাৰেশ্বন বেংক ৷

বেংকটোৰ শুভ উদ্বোধন কৰে কাৰ্ব স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়কঃএইবাৰ বাইহাটাত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জনে

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হৰেন সিং বে, বিধায়ক বিদ্যাসিং ইংলেং, বিশ্ব হিন্দু পৰিষদ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক হৰসিং টেৰণ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply