গুৱাহাটী : ছাত্ৰ আৰু যুৱ কল্যাণৰ উপদেষ্টা সমিতিৰ সদস্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। পূবৰৰ সচিব লক্ষ্য কোঁৱৰে দায়িত্বভাৰ অৰ্পণ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাৰ হাতত।

সোমবাৰে ৰুদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পত থকা ক্ৰীড়া প্ৰাধিকৰণ অসমৰ কাৰ্যালয়ত ছাত্ৰ আৰু যুৱ কল্যাণৰ উপদেষ্টা সমিতিৰ সদস্য সচিবৰ দদায়িত্ব গ্ৰহণ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। পূবৰৰ সচিব লক্ষ্য কোঁৱৰৰ হাতৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।

লগতে পঢ়ক : ৰিপুন বৰাসহ ১২ গৰাকী সাংসদক শীতকালীন অধিৱেশনৰ পৰা বহিষ্কাৰ

পবিত্ৰ মাৰ্ঘেৰিটাৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ উপদেষ্টা সমিতিৰ সদস্য সচিবৰ দদায়িত্ব গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীসহ ভয় লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply