নিউজ ডেস্কঃ গঠন কৰা হ’ল ২০২৩-২৪ বৰ্ষৰ ইউ পি পি এলৰ নতুন সমিতি। ২২ গৰাকী সদস্যক লৈ গঠন কৰা হৈছে ইউ পি পি এলৰ এই নতুন সমিতি।

প্ৰমোদ বড়োক পুনৰ এবাৰ ইউ পি পি এলৰ সভাপতি পদৰ দায়িত্ব প্ৰদান কৰা হৈছে। লগতে কাৰ্যকৰী সভাপতিৰ দায়িত্বভাৰ লাভ কৰিছে ৰণগৌড়া নাৰ্জাৰীয়ে।

ইফালে, দলটোৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰাজু কুমাৰ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক (সাংগঠনিক) মাধৱ চন্দ্ৰ ছেত্ৰী। ১১ নবেম্বৰৰ পৰা কোকৰাঝাৰৰ চন্দ্ৰপাৰাত অনুষ্ঠিত হৈছে দলটোৰ ত্ৰিবাৰ্ষিক অধিবেশন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,587 other subscribers

Leave a comment

Leave a Reply Cancel reply