গুৱাহাটীঃ মহানগৰীত এখন ব্যতিক্ৰমী দুৰ্গা পূজা ।

পূজাৰ মূৰ্তি স্থাপনৰ পৰা প্ৰতিমা বিসৰ্জনলৈ মহিলাই পৰিচালনা কৰে এই পূজাভাগ।

পাথৰকুৱাৰীৰ ১ নং মঠঘৰীয়াত অনুষ্ঠিত হয় এই ব্যতিক্ৰমী পূজা ভাগ।

২০০৬ চনৰে পৰা এই পূজা অনুষ্ঠিত কৰি আহিছে ইয়াৰে স্থানীয় মহিলা সকলে।

লগতে পঢ়কঃধেমাজিৰ মা কামেশ্বৰী আইথানত ব্যক্তিক্ৰমী দুৰ্গা পূজা

বিগত দুবছৰ ধৰি ক’ভিড মহামাৰীৰ বাবে মূৰ্তি পূজাৰ পৰিবৰ্তে ঘট পূজা অনুষ্ঠিত কৰি আহিছে। এই পূজাৰ সকলো ৰীতি- নীতি মহিলা সকলে সম্পন্ন কৰে।

জাকজমকতাৰ পৰিৱৰ্তে সম্পূৰ্ণ আধ্যাত্মিকতাৰে এই পূজাভাগ মহিলা সকলে সম্পন্ন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply