নিউজ ডেস্কঃ শনিবাৰে তেল কোম্পানীসমূহে সমগ্ৰ দেশতে পুনৰ বৃদ্ধি কৰে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতিদিনাই মূল্যবৃদ্ধি হৈয়ে আছে পেট্ৰ’ল-ডিজেলৰ। ক্ৰমাগত ভাৱে চতুৰ্থদিনটোত ৩৫পইচাকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

গুৱাহাটীত আজিৰ দিনটোত পেট্ৰলৰ দামত ৫৯ পইচাকৈ বাঢ়ি প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৩.৪৬ টকা হয়গৈ।

ডিমা হাছাওত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৬.২০ টকালখিমপুৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৩৪ টকামাজুলীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৩১ টকা

দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছেগৈ ১০৭.২৪ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৯৫.৯৭টকা। আনহাতে মুম্বাইত ১১৩.১২ টকা হৈছেগৈ প্ৰতি লিটাৰ পেট্ৰ’লত আনহাতে প্ৰতিলিটাৰ ডিজেলৰ দাম হৈছে ১০৪ টকা।

কলকাতাত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছে ১০৭.৭৮ আৰু ডিজেলৰ দাম ৯৯.০৮টকা। চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৪.২২টকা আৰু প্ৰতিনলিটাৰ ডিজেলৰ দাম ১০০.২৫টকা।

লগতে পঢ়কঃলাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসিক এলেকাত থকা শিক্ষানুষ্ঠানত কোৰোনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply