নিউজ ডেস্ক : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন সঞ্চা খালী হোৱা ৮৩ টা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। আৱেদনৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ।
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে।
পদসমূহ হৈছে –
Block GIS Coordinator ১১ টা পদ
শিক্ষাগত অৰ্হতা – MTech /ME /MSc in Geographic Information Science or Technology / Remote Sensing & GIS /Geo-Spatial Technology / Geo-Informatics / Geo-Spatial Science / Surveying and Geo-Informatics বা
BE /BTech with PG Diploma in Geographic Information Science / Remote Sensing from recognized University / Institutionবা
MCA with PG Diploma in Geographic Information Science / Remote Sensing from recognized University / Institutionবা
Post Graduate in Science / Agricultural Science with PG Diploma in Geographic Information Science / Remote Sensing from recognized University / Institution
দৰমহা – ৩৫০০০ হাজাৰ টকা।
Block NRM Expert ৩৫ টা পদ
শিক্ষাগত অৰ্হতা – BTech in Civil Engineering / Agricultural Engineering, Diploma in Civil Engineering.
দৰমহা – ৩০০০০ হাজাৰ টকা।
Block Livelihood Expert (Agriculture & Allied) ৩৭ টা পদ
শিক্ষাগত অৰ্হতা – Master in Agricultural Economics / Horticulture / Agro-Forestry / Agronomy / Forestry .
দৰমহা – ৩০০০০ হাজাৰ টকা।
বিতং তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন পঢ়িবলৈ ইয়াত ক্লিক কৰক।
বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।
অনলাইন আৱেনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : এন এছ ইউ আইৰ নলবাৰী জিলা সমিতিৰ সভাপতি হিচাপে নিযুক্তি ৰফিকুল আহমেদক