শিৱসাগৰঃ শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা।

এখন বলেৰ’ বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৭৮কাৰ্টন সুৰা।

আৰক্ষীৰ নাকা তালাচীত জব্দ সুৰাখিনি।

আৰক্ষীয়ে সুৰা কঢ়িয়াই অনা বলেৰ’ বাহনখনো জব্দ কৰিছে।

এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply