নিউজ ডেস্কঃ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষী দলে। মেঘালয়ৰ পৰা শংকৰী দে’ৰ মৃতদেহ আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে যদিও অমৰজ্যোতি দে’ৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।

আজি পুৱাই অসম আৰক্ষীৰ এটা দল তিনিওজন অভিযুক্তক লগত লৈ মেঘালয়লৈ ৰাওনা হৈছে। মেঘালয়ত অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত অভিযান চলাব আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে স্বামী আৰু শাহুৱেকক বিগত বৰ্ষত জুলাই আৰু আগষ্ট মাহত নৃশংসভাৱে হত্যা কৰিছিল। প্ৰেমিক ধনটি ডেকা আৰু প্ৰেমিকৰ বন্ধু অৰূপ দাসৰ সৈতে মিলি হত্যাকৰিছিল বন্দনাৰ স্বামী আৰু শাহুৱেকক।

লগতে পঢ়ক – প্ৰসংগ: মহানগৰীত সংঘটিত হোৱা ডাবল মাৰ্ডাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply