বঢ়মপুৰ– অগপই প্ৰফুল্ল কুমাৰ মহন্তক বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা বুলি প্ৰচাৰ হৈ থকা সময়তে বঢ়মপুৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে প্ৰাক্তণ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷

অগপ দলৰহৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰে মহন্তৰ হৈ বঢ়মপুৰৰ অগপ নেতা ঋতুৰাজ বৰাই ।মনোনয়ন পত্ৰ সংগ্ৰহ কৰা অগপৰ নগাঁও জিলাৰ কাৰ্যনিৰ্বাহক ঋতুৰাজ বৰাই মহন্তক অগপই প্ৰাৰ্থিত্ব নিদিলে বঢ়মপুৰত অগপ (প্ৰ) দলৰ পৰা প্ৰতিদন্দিতা কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply